“এক বৃক্ষ দশ পুত্ৰ সম”
- শঙ্কৰদেৱ
“One tree is equal to ten sons"
-Sankardev
“এক বৃক্ষ দশ পুত্ৰ সম”
- শঙ্কৰদেৱ
“One tree is equal to ten sons"
-Sankardev
শ্ৰীমন্ত শঙ্কৰদেৱৰ উদাৰ দৰ্শন আৰু মানৱতাবাদৰ আধাৰত প্ৰতিষ্ঠিত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ ভাৰতৰ ধৰ্ম, সাহিত্য আৰু সংস্কৃতিৰ অন্যতম বৃহৎ সংগঠন। এই সংগঠনৰ এখন গুৰুত্বপূর্ণ শাখা হৈছে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, গোলাঘাট নগৰ প্ৰাথমিক শাখা, যি সমাজত শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শ প্ৰচাৰ আৰু সাংস্কৃতিক পৰিসৰ সৃষ্টিত নিবিষ্ট।
Srimanta Sankardev Sangha, founded on the principles of Srimanta Sankardeva’s progressive philosophy and humanitarian ideals, is one of the largest organizations in India dedicated to religion, literature, and culture. A key branch of this organization is the Srimanta Sankardev Sangha, Golaghat Nagar Prathamik Sakha, which focuses on spreading the teachings of Srimanta Sankardev and fostering a vibrant cultural atmosphere in society.
CONTACT INFO / যোগাযোগৰ তথ্য :
Mob : 9435054189
Email : sssgolaghatprathamik@gmail.com
Address : Golaghat Nagar Prathamik, Golaghat - 785621