About / বিষয়ে
About / বিষয়ে
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ , গোলাঘাট নগৰ প্ৰাথমিক শাখা, উত্তৰ পূৰ্বাঞ্চলৰ এক সমাজ-সাংস্কৃতি আৰু ধৰ্মীয় সংগঠন, যি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ধৰ্মীয় শিক্ষা অনুসৰি প্ৰতিষ্ঠিত। শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ ১৯৩০ চনত নগাঁৱৰ, পলাশনিত প্ৰতিষ্ঠিত হৈছিল, আৰু ৪৮ বছৰৰ পাছত , ১৯৭৮ চনত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, গোলাঘাট নগৰ প্ৰাথমিক শাখা গঠিত হৈছিল, যি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, গোলাঘাট জিলাসাখাৰ অধীনত আছে । এই শাখাখন ২০২৩ চনত পুনৰ প্ৰতিষ্ঠিত হৈ গোলাঘাট কাথকটিয়া, মৌখোৱা মৌজাৰ অন্তৰ্গত, গোলাঘাট উপ-বিভাগত স্থানান্তৰিত হৈছে।
Srimanta Sankardev Sangha, Golaghat Nagar Prathamik Sakha, is a branch of the socio-cultural and religious organization of North East India, based on the religious teachings of the great saint Mahapurush Srimanta Sankardeva. Srimanta Sankardev Sangha was founded in 1930 at Palasoni, Nagaon, and after 48 years, in 1978, Srimanta Sankardev Sangha, Golaghat Nagar Prathamik Sakha was established under the Srimanta Sankardev Sangha, Golaghat Zila Sakha. This branch was re-established in 2023 and relocated to Golaghat Kathkotia, under the Mouza of Moukhowa, Golaghat Sub-Division.