নগৰ প্ৰাথমিকৰ অধিবেশন আৰু ন খোৱা
নগৰ প্ৰাথমিকৰ অধিবেশন আৰু ন খোৱা
শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ নগৰ প্ৰাথমিক শাখাৰ অধিবেশন আৰু ন খোৱা অনুষ্ঠান ২০২৪ চনৰ ২৫ ডিচেম্বৰ তাৰিখে নামঘৰত অনুষ্ঠিত হয়। অধিবেশনৰ আৰম্ভণিতে নাম প্ৰসংগ কৰা হয়। এই অধিবেশনত শাখাৰ সকলো বিষয়া আৰু সদস্যসকল উপস্থিত থাকে। অধিবেশনৰ সময়ত বিগত বৰ্ষৰ সকলো কাৰ্যসূচী আৰু বৰ্ষিক হিছাব-নিকাছ পৰ্যালোচনা কৰা হয়। লগতে শাখাৰ আগন্তুক কার্যকলাপ আৰু বিকাশৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়। ন খোৱা অনুষ্ঠানৰ জৰিয়তে উপস্থিত সকলো সদস্যই একতাৰ বাণী প্ৰচাৰ কৰে আৰু সমাজৰ কল্যাণৰ বাবে একেলগে আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰে। অনুষ্ঠানটো শান্তিপূৰ্ণ পৰিবেশত সম্পন্ন হয়।
The annual meeting and communal meal of the Srimanta Sankardev Sangha's Nagar Primary Branch was held at the Namghar on December 25, 2024. The session began with the chanting of the sacred Naam Prasang . All the office bearers and members of the branch were present at the meeting. During the session, the activities of the past year and the annual accounts were reviewed. Additionally, discussions were held regarding the upcoming activities and various aspects of the branch's development. Through the communal meal, all the members present promoted the message of unity and made a collective resolution to move forward for the welfare of society. The event was completed in a peaceful atmosphere.