তোৰণ উদ্বোধন, ৰঙ্গমঞ্চ উদ্বোধন আৰু নগৰ প্ৰাথমিক শাখাৰ মহিলা সকলৰ দ্বাৰা ভাওনা প্ৰদৰ্শন নাটক
১১ কাতি ২০২৪ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ, গোলাঘাট প্ৰাথমিক শাখাৰ উদ্যোগত দিনজোৰা এক কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়। দিনটোৰ আৰম্ভণি পৰিৱেশ শুচিকৰণ আৰু বৃক্ষ ৰোপণৰ মাধ্যমেৰে হয়, যি পৰিবেশ আৰু প্ৰকৃতি প্ৰতি শ্ৰদ্ধাৰ প্ৰতীক হিচাপে গুৰুত্ব লাভ কৰে। তাৰপাছত ধৰ্ম ধ্বজা উত্তোলন আৰু নাম-প্ৰসংগ অনুষ্ঠিত হয়, যি অনুষ্ঠানত অংশগ্ৰহণ কৰা সৱাই ধৰ্মৰ মূলনীতিৰ প্ৰতি সন্মান জ্ঞাপন কৰে। অনুষ্ঠানৰ অংশ হিচাপে তোৰণ আৰু ৰঙ্গমঞ্চ উদ্বোধন কৰা হয়, যি স্থানসমূহ পৰৱৰ্তী কাৰ্যসূচীৰ কেন্দ্ৰবিন্দু হৈ উঠে। বিয়লিৰ ভাগত এক সম্বৰ্ধনা সভা অনুষ্ঠিত হয়, য’ত বিশেষ ব্যাক্তি আৰু অতিথিসকলক সম্বৰ্ধনা জনোৱা হয় আৰু অত্ত্যৰ্পণা প্ৰদানৰ মাধ্যমেৰে অনুষ্ঠান অধিক তাৎপৰ্যপূৰ্ণ হয়। দিনৰ অন্তিম পৰ্যায়ত, সন্ধিয়া নাম-প্ৰসংগ, গায়ন-বায়ন প্ৰদৰ্শন, আৰু ৰাতি ভাওনা প্ৰদৰ্শনৰ মাধ্যমেৰে দিনটোৰ সফল সামৰণি মৰা হয়। বিশেষ ৰূপত মহিলা সকলৰ দ্বাৰা উপস্থাপন কৰা সিন্দুৰা পৰ্ব নাটক অনুষ্ঠানৰ অন্যতম বিশেষ আকর্ষণ আছিল, যিয়ে সমগ্ৰ অনুষ্ঠানত এক সাংস্কৃতিক আৰু ধৰ্মীয় পৰিৱেশ সৃষ্টি কৰে।
On 28 October 2024, a day-long program organized by the Srimanta Sankaradeva Sangha, Golaghat Primary Branch, was successfully concluded. The day commenced with environmental cleaning and tree plantation, symbolizing respect and devotion toward nature and the environment. This was followed by the hoisting of the Dharma flag and Naam-Prasanga, where all participants expressed their reverence for the principles of religion.
As part of the program, a ceremonial arch and a stage were inaugurated, which became the focal points for subsequent events. In the afternoon, a felicitation ceremony was held to honor distinguished individuals and guests, further enriching the significance of the occasion through presentations and offerings.
The day culminated in the evening with Naam-Prasanga, traditional singing and instrumental performances, and a night-long Bhaona presentation. A special highlight of the event was the performance of the Sindura Parva drama by women, which added a cultural and spiritual dimension to the entire program, creating a harmonious and devotional atmosphere.